| ক্ৰ. | গীত | song name | কণ্ঠ | এলবাম/ ছবি | কথা | সুৰ | সহশিল্পী | চন | |
| 1 | অ | অ’ট’ৰিক্সা চলাঁও | Autorixa salao | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | ||
| 2 | অভিযাত্ৰী দূৰৰ যাত্ৰী | Abhijatri durar jatri | জয়ন্ত হাজৰিকা | সুৰ বাহিনীৰ গান | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 3 | অলপ হাঁহি অলপ অশ্ৰু | Alap hahi alap ashru | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 4 | অশ্ৰুৰে ভাষা যদি থাকে থৈ গ’লো | Ashrur jadi bhaxa thake | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | মুকুল বৰুৱা | ||||
| 5 | আ | আকাশ আজি মোৰ নাই নাই | Akax aji mor nai | মনীষা হাজৰিকা | |||||
| 6 | আকাশ মোক বাটটি চিনাই দিয়া | akax mok batti sinai doya | এনাজৰী | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 7 | আকাশী গংগা ওখ আকাশৰ | Akaxi gonga ukha akaxor | |||||||
| 8 | আকৌ নতুন প্ৰভাত হব | Akou natun prabhat hobo | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 9 | আগলতি কলাপাত লৰে কি চৰে | Aagloti kolapat | জয়ন্ত হাজৰিকা | ফাগূনী-1978 | উপেন কাকতি | উপেন কাকতি | |||
| 10 | আগলী বতাহে কপালে কলৰে | Aagoli botahe | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | 1962 | |||
| 11 | আজি জীৱন বুটলিবি, হাঁহি হাঁহি আহ | Aji jiban butolibi | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | |||||
| 12 | আজি প্ৰাণৰ মেলা পাতিছো | Aji pranar mela patiso | জয়ন্ত হাজৰিকা | সুৰ বাহিনীৰ গান | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 13 | আনৰ কাৰনে জীৱন শলিতা | Aanor karone kolijar tej | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | ||||
| 14 | আপোন হাতে ঘৰ ভাঙিলি | Apon hate ghor | জয়ন্ত হাজৰিকা | পাৰ্বতী প্ৰসাদ বৰুৱা | জয়ন্ত হাজৰিকা | ||||
| 15 | আলফুল আমাৰ সোনটি | Alful amar xonti | এনাজৰী | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 16 | আলোৰ ভুৱন কেনিবা হেৰাল,এন্ধাৰ পাৰাপাৰ | Alor bhuban keniba heral | জয়ন্ত হাজৰিকা | দ্বিজেন্দ্ৰ মোহান শৰ্মা | জিতেন দেব | ||||
| 17 | এ | এই আকাশ বৰ বিশাল | Ei akax bor bixal | জয়ন্ত হাজৰিকা | নতুন আশা-1977 | হেমন্ত দত্ত | জয়ন্ত হাজৰিকা | ||
| 18 | এই কৰুণতাৰ শেষ ক’ত, শেষ ক’ত | Ei karunotar Xex kot | |||||||
| 19 | এই ঘৰ এৰি, এই মায়া এৰি | El ghar eri ei maya eri | ৰত্ন ওজা | জয়ন্ত হাজৰিকা | |||||
| 20 | এইটো প্ৰহৰ শূণ্য প্ৰহৰ, শীৰ্ণ শূন্য হাত | Eito prahar xunya prahar | জয়ন্ত হাজৰিকা | সুৰ বাহিনীৰ গান | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 21 | এই প্ৰণয় এটি ভুল নহয় | Ei pranoy eti bhul nohoi | প্ৰশান্ত বৰদলৈ | জয়ন্ত হাজৰিকা | |||||
| 22 | এই লগনত কলোঁ | Ei laganat kalo | জয়ন্ত হাজৰিকা | নিয়তি-1978 | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | নিৰ্মলা মিশ্ৰ | ||
| 23 | এই লুইত কাৱেৰী | Ei luit kaveri | জয়ন্ত হাজৰিকা | হেমেন হাজৰিকা | পুৰুষোত্তম দাস | ||||
| 24 | এক দুই তিনি | Ek dui tini | জয়ন্ত হাজৰিকা | ধৰ্মকাই-1977 | বিপুল কুমাৰ বৰুৱা | ||||
| 25 | একো নাই শুণ্য হায়, জুইত জ্বলিল, ৰ’দত পুৰিল | Eko nai Xunya | জয়ন্ত হাজৰিকা | সুৰ বাহিনীৰ গান | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 26 | এটিয়াও ৰাতি নাই, বজাবলে’ বাকী আছে | Atiyao rati nai, bojabole baki ase | জয়ন্ত হাজৰিকা | সুৰ বাহিনীৰ গান | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 27 | এয়াতো নহয় অহাৰ সময় | Eyato nohoi ohar xomoy | জয়ন্ত হাজৰিকা | হেমেন হাজৰিকা | হেমেন হাজৰিকা | ||||
| 28 | ক | ক’তে হেৰাল, ক’তে লুকাল, আকাশ কোঁৱা | kote heral, kote lukal. Akax kowa | জয়ন্ত হাজৰিকা | এনাজৰী | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||
| 29 | কাৰ ৰাতিৰ পৃথিবী স্বপ্ন ভৰা | kar ratir prithibi swapna bhora | জয়ন্ত হাজৰিকা | পুৰুষোত্তম দাস | জিতেন দেব | ||||
| 30 | কাৰোবাৰ দুনয়ন সৰগৰ তৰা যেন লাগে | karobar dunayan | কুল বৰুৱা | বৃষ্টি- 1975 | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | |||
| 31 | কি কৰো, কি কৰো নিৰূপায় হায় | ki karo kikaro nirupai hai | |||||||
| 32 | কিনো লীলা প্ৰভু | Kijo Lila prabhu | জয়ন্ত হাজৰিকা | পোহৰ- | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 33 | কৃষ্ণচূড়া কৃষ্ণচূড়া | Krishnachura | জয়ন্ত হাজৰিকা | মায়াশ্ৰী বৰকটকী | জয়ন্ত | 1962 | |||
| 34 | কেতিয়াবা বেজাৰতে | Ketiyaba bejarote | সতীশ দাস | জয় প্ৰকাশ দাস | |||||
| 35 | কোন বাটে নো পোহৰ, কোনবাটেনো জীৱন | kon bateno pohar, kon bateno jiban | পোহৰ- | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | নিৰ্মলা মিশ্ৰ | |||
| 36 | গ | গধূলী আহিল তৰা জিলিকিল | gadhuli ahil tora jilikil | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 37 | ঘ | ঘূৰ্ণী বতাহে | Ghurni botahe | জয়ন্ত হাজৰিকা | ৰত্ন ওজা | জয়ন্ত হাজৰিকা | |||
| 38 | চ | চাহ বাগিছাত সন্ধ্যা নামে | sah bagisat xondhya name | ||||||
| 39 | চিত্ৰলেখা চিত্ৰলেখা | Chitralekha | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | |||
| 40 | চুচুক চামাককৈ দিপালী | Susuk saman koi | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | |||
| 41 | জ | জিৰি জিৰি যেন | Jiri jiri jen | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 42 | জিলমিল সোনোৱালী দিন | Jilmil sonowali din | জয়ন্ত হাজৰিকা | হেমেন হাজৰিকা | জয়ন্ত হাজৰিকা | ||||
| 43 | জীৱনটো যদি অভিনয হয় | Jiwanto jadi abhinoi hoi | জয়ন্ত হাজৰিকা | লটিঘটি-1966 | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | ইলা বসু | ||
| 44 | জীৱনত আছে মধু শিহৰণ তোমাক পাইহে বুজিলো | Jibanat ase madhu xiharan | জয়ন্ত হাজৰিকা | ||||||
| 45 | জীৱনত হাঁহিবা কেতিয়া, চকুলো মুচিবা কেতিয়া | Jibanat hahiba ketiya, | নিৰ্মলা মিশ্ৰ | ধৰ্মকাই-1977 | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 46 | জীৱন নামৰ ময়ুৰে, মেঘ ছাঁয়া দেখি স্বপ্ন ৰচে | Jiban namor mayure megh | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||||
| 47 | জীৱন লগন কৰা অনুপম | Jibon lagan kora anupam | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||||
| 48 | জোনাক নিবিড় নিজম ৰাতি, মনত উদাস উদাস ৰাগী | Jonak nibir nijom rati | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||||
| 49 | জ্বলিছে চিতাৰ জুই, জ্বলিছে বুকুৰ জুই | jolise sitar jui, jolise bukur jui | |||||||
| 50 | ত | তমসা অ’ নিবিড় | Tomoxa o nibor | জয়ন্ত হাজৰিকা/ | ইন্দ্ৰেশ্বৰ বৰগোঁহাই | জ্যোতি প্ৰকাশ দাস | |||
| 51 | তুলসীৰ তলে তলে কত চাকি জ্বলালো | tuloxir tole tole kata saki jolalo | নিৰ্মলা মিশ্ৰ | বৃষ্টি- 1975 | ভূপেন হাজৰিকা | জয়ন্ত হাজৰিকা | |||
| 52 | তোমাৰ কথা যেতিয়া ভাবো | Tomar kotha jetiya bhabo | জয়ন্ত হাজৰিকা/ | নিৰ্মলপ্ৰভা বৰদলৈ | জগদীশ শৰ্মা/বৰুৱা | ||||
| 53 | তোমাৰ গানত আপোন পাহৰা ৰাতিৰ অবাক তৰা | tomar ganot aapon pahora ratir | জয়ন্ত হাজৰিকা/ | হিৰেণ ভট্ট | জয়ন্ত হাজৰিকা | ||||
| 54 | তোমাৰ পথৰ দাঁতিত যদি, মোৰ মুক্তামালা পৰি থাকে | oamr pothr datit jadi | জয়ন্ত হাজৰিকা | জয়ন্ত হাজৰিকা | |||||
| 55 | তোমাৰ মৰমে মোৰ | Tomar morome | জয়ন্ত হাজৰিকা/ | বনৰীয়া ফুল-1971 | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 56 | দ | দুৰ্যোগ লগ্নৰ দেখোঁ হাহাকাৰ | duryog lagnar dekho hahakar | জয়ন্ত হাজৰিকা | সুৰ বাহিনীৰ গান | উপেন কাকতি | জয়ন্ত হাজৰিকা | ||
| 57 | দূৰ আৰু কত দূৰ, কত দূৰ | dur dur kata dur kata dur | |||||||
| 58 | দূৰ সুদুৰৰ বনে বনে, ফুল ফুলাৰ আগতে | Dur Xuduror bone bone | নিৰ্মলপ্ৰভা বৰদলৈ | জনী যোচেফ | |||||
| 59 | দেখা নাই | Dekha nai | জয়ন্ত হাজৰিকা/ | বনৰীয়া ফুল-1971 | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||
| 60 | ধ | ধম ধমা ধম ধম ধমা ধম | Dhom dhoma dhom | জয়ন্ত হাজৰিকা/ | নিয়তি-1978 | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | নিৰ্মলা মিশ্ৰ/বনশ্ৰী সেনগুপ্ত/শক্তি ঠাকুৰ | |
| 61 | ধূমুহাৰ পখীয়ে যি কথা ক’লে | Dhumuhar pokhie ji kotha kole | হিৰেণ ভট্ট | জয়ন্ত হাজৰিকা | |||||
| 62 | ধূষৰ লগন এই তথাপিও, আছে আছে জাগি আশা | Dhuxar lagna ei tothapio | নিৰ্মলপ্ৰভা বৰদলৈ | সতীশ চৌধৰী | |||||
| 63 | ন | নতুন পুৰুষ | Natun purux | জয়ন্ত হাজৰিকা/ | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | ||
| 64 | নিবিড় বনে য়ে মাতিছে যা | Nibir bone je matise ja | জয়ন্ত হাজৰিকা/ | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 65 | নব নব বহাগ আহে | naba naba bohag aahe | জয়ন্ত হাজৰিকা | ভাগ্য | ভুপেন হাজৰিকা | লক্ষ্মীকান্ত প্যাৰেলাল | গীতা দাস | ||
| 66 | প | পিতাইতি অ’ ভাল কৰিলি | Pitaiti o bhal | জয়ন্ত হাজৰিকা/ | ফাগূনী-1978 | উপেন কাকতি | উপেন কাকতি | মালবিকা বৰা | |
| 67 | পৃথিবীখন আজি হ’লহেতেন যদি এখনি বিহুৰ তলি | prithibi khon aaji holheten jadi | জয়ন্ত হাজৰিকা | সুৰ বাহিনীৰ গান | সুৰেন বৰা | জয়ন্ত হাজৰিকা | |||
| 68 | প্ৰতি অংগে অংগে কিবা বহ্নিশিখা | prati ange ange kiba bahni xikha | নিয়তি-1978 | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | ||||
| 69 | প্ৰেমৰ অন্য নাম যে বেদনা | Premar anya naam je bedona | জয়ন্ত হাজৰিকা | পুৰুষোত্তম দাস | জয়ন্ত হাজৰিকা | ||||
| 70 | ফ | ফাগুন কিয় আহিল, ফুল কিয় ফুলিল | Fagun kino dili | ||||||
| 71 | ফুল ফুলিবৰ বতৰ আহিল | Phul Phulibor botro ahil | |||||||
| 72 | ফুলৰে চাকি উৰণীয়া, মনৰে পখী জুৰণীয়া | Phulore saki Uroniya | হিৰেণ ভট্ট | জয়ন্ত হাজৰিকা | |||||
| 73 | ব | বহাগ হয় যদি | Bohag hoi jadi | জয়ন্ত হাজৰিকা/ | হেমন্ত দত্ত | জয়ন্ত হাজৰিকা | মনীষা হাজৰিকা | ||
| 74 | বৰষাৰ ঋতু ভালপাওঁ মই | Boroxar Ritu Bhalpao moi | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 75 | বুকুৰ আপোন আই, নদীৰূপা আই | Bukur aapon aai , nadirupa aai | নিৰ্মলপ্ৰভা বৰদলৈ | নিখিলেশ বৰুৱা | |||||
| 76 | ভ | ভয় নাই ভয় নাই, ভয় নাই ভয় নাই | Bhoi nai bhoi nai | জয়ন্ত হাজৰিকা | সুৰ বাহিনীৰ গান | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||
| 77 | ভৰিৰ তলুৱাৰ পৰা যদি | Bhariri taluar | মনীষা হাজৰিকা | ধৰ্মকাই-1977 | ভূপেন হাজৰিকা | জয়ন্ত হাজৰিকা | |||
| 78 | ম | মই বিচাৰিছোঁ হেজাৰ চকুত দীপ্ত সূয্যশিখা | moi bisariso hejar sakut | ভুপেন হাজৰিকা | |||||
| 79 | মই যি বাটেৰে ওলালো আজি | Moi Ji batere | জয়ন্ত হাজৰিকা | হেমন্ত দত্ত | জয়ন্ত হাজৰিকা | ||||
| 80 | মাধুমালতী টোপনি যোৱা | Madhumaloti | জয়ন্ত হাজৰিকা | তফজ্জুল আলি | জয়ন্ত হাজৰিকা | ||||
| 81 | মনত পৰে তোমাৰ নয়ন দুটি | monot pore tomar nayan duti | নিৰ্মলপ্ৰভা বৰদলৈ | নিখিলেশ বৰুৱা | |||||
| 82 | মনৰ বাতৰিবোৰ ফুলৰ পাপৰি হৈ যদি সৰি যায় | Monor batoribor | অনুৰাধা দাস | কুল বৰুৱা | |||||
| 83 | মনৰে পখিটি মোৰ পাখী মেলি ৰি যায় | monore pokhiti mor Pakhimeli | তফজ্জুল আলি | জয়ন্ত হাজৰিকা | |||||
| 84 | মৰ আঁউসীৰ ৰাতি | Mor Auxir rati | জয়ন্ত হাজৰিকা | ফাগূনী-1978 | উপেন কাকতি | উপেন কাকতি | |||
| 85 | মহিলা মহিলা কলৈনো আহিলা | Mohila mohila | জয়ন্ত হাজৰিকা | নিয়তি-1978 | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | |||
| 86 | মাঘত দেখোন উৰূকা নহয় | Maghot dekhon | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | |||
| 87 | মায়াময় ৰূপালী জোনাক | Mayamoi Rupali Jonak | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জনী জোচেফ | ||||
| 88 | মৃত্যু সাৱটি সমাধি তলিত | Mtrityu sawoti | জয়ন্ত হাজৰিকা | চিকমিক বিজূলী-1969 | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | |||
| 89 | মোৰ আকাশত তুমিয়ে তৰা, চিকমিক আপোন পাহৰা | Mor akaxot tumiye tora | জয়ন্ত হাজৰিকা | মহেন্দ্ৰ সভাপণ্ডিত | জ্যোতিপ্ৰকাশ দাস | ||||
| মনৰ মৰম যদি হ’লহেতেন নদী | monor morom jadi | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | |||||
| 90 | মোৰ এই নাওঁ | Mor Ei Nao | জয়ন্ত হাজৰিকা | হেমন্ত দত্ত | জয়ন্ত হাজৰিকা | ||||
| 91 | মোৰে দুচকুলে চোৱা ঘনে ঘনে | More dusakule | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | নিলীমা খাতুন | |||
| 92 | মোৰ নাম অনিৰুদ্ধ | Mor naam Aniruddha | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 93 | মোৰ মন আজি মাথোঁ আকাশ চুবহে খোঁজে | mor mon aaji matho akax cubohe khoje | গুনীন ৰাজখোৱা | মুকুল বৰুৱা | |||||
| 94 | মোৰ মন চাতকৰ | Mor mon Chatakar | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 95 | মোৰ মন বাঘ যদি আজি | Mor mon bagh | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | ||||
| 96 | মোৰ মিনতি | Mor minoti | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জ্যোতিপ্ৰকাশ দাস | ||||
| 97 | মোৰ ফাগুন আছে আহি ৰৈ | Mor Phagun | জয়ন্ত হাজৰিকা | হেমেন হাজৰিকা | হেমেন হাজৰিকা | ||||
| 98 | য | যদি কাহানিবা সুৰ বোৰ শেষ হয় | Jadi moi prasna karo | জয়ন্ত হাজৰিকা | জিতু শৰ্মা | জিতু- তপন | |||
| 99 | যদি জীৱনে কান্দে নাই নাই বুলি | jadi jibone kande nai nai buli | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | |||||
| 100 | যদি মিলো মই আকাশতে গৈ | jadi milo moi akaxote goi | জয়ন্ত হাজৰিকা | নতুন আশা-1977 | হেমন্ত দত্ত | জয়ন্ত হাজৰিকা | নিৰ্মলা মিশ্ৰ | ||
| 101 | যা যা গৈ জীৱনৰ যোৱা দিন বোৰ | ja ja goi jibanar jowa dinbor | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | |||||
| 102 | ৰ | ৰম্ভা মেনকা কিম্বা জুথিকা | Rombha menoka | বৃষ্টি-1975 | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | কুল বৰুৱা ইত্যাদি | ||
| 103 | ৰিমজিম বৰষাৰ তন্দ্ৰাবিহীন ৰাতি | Rimjhim boroxar tondrabihir rati | অনুৰাধা দাস | জ্যোতি প্ৰকাশ দাস | |||||
| 104 | ল | লয়লাসে তেঁওচোন আহিলে | Layalaxe teoson ahile | জয়ন্ত হাজৰিকা | এনাজৰী | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||
| 105 | লুইতৰ বলীয়া বান | Luitor bolia ban | জয়ন্ত হাজৰিকা | ||||||
| 106 | লুইতৰ সোঁতত লিখা ৰব | Luitor xotat | জয়ন্ত হাজৰিকা | ৰত্ন ওজা | জয়ন্ত হাজৰিকা | ||||
| 107 | শ | শৰতৰে তুমি জোন যেন | Xaratore tumi jon jen | নিৰ্মলপ্ৰভা বৰদলৈ | জগদীশ শৰ্মা | ||||
| 108 | শ্বীলঙৰে মনালিছা লিংড’ | Shillongore Monalisa | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | ||||
| 110 | স | সচাকে কোৱা কথাটি কোৱা | Xosake kowa kothati kowa | জয়ন্ত হাজৰিকা | ধৰ্মকাই-1977 | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | নিৰ্মলা মিশ্ৰ | |
| 111 | সন্ধিয়াৰ আকাশত এহালি তৰা | Xandhiyar akaxot ehali tora | অনুৰাধা দাস | জ্যোতি প্ৰকাশ দাস | |||||
| 112 | সময় গতিশীল | Xomoy gotixil | জয়ন্ত হাজৰিকা | হেমন্ত দত্ত | জয়ন্ত হাজৰিকা | ||||
| 113 | সন্ধ্যা যেতিয়া তুলসীৰ তল | Xondhya jetiya atuloxir tol | জয়ন্ত হাজৰিকা | সতীশ দাস | জগদীশ শৰ্মা | ||||
| 114 | সপোনৰ সুৰে মৌ | Xaponar xure mou | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 115 | সাৰ পাম মই পুৱতি নিশাতে | Xar pam moi puwoti nixate | জয়ন্ত হাজৰিকা | নিৰ্মলপ্ৰভা বৰদলৈ | জয়ন্ত হাজৰিকা | ||||
| 116 | সুন্দৰী চাঁও কিনো কল্পনা | Sundaari sao kino kalpana | জয়ন্ত হাজৰিকা | নিয়তি-1978 | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | নিৰ্মলা মিশ্ৰ | ||
| 117 | সুৰাত মগন ভয়াল ৰাতি | Xurat magan bhoyal rati | জয়ন্ত হাজৰিকা | বৃষ্টি-1975 | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | |||
| 118 | সেন্দুৰ সেন্দুৰ ফোঁটটিয়ে | Sendur sendur phot tiye | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | জয়ন্ত হাজৰিকা | ||||
| 119 | সোনৰ বৰণ পাখীৰে তোৰ | Sonar baran Pakhire tor | জয়ন্ত হাজৰিকা | মনিৰাম দেৱান | পৰম্পৰাগত | পৰম্পৰাগত | শ্যামল মিত্ৰ | ||
| 120 | সোঁৱৰণী কুঁৱলীয়ে চিঞৰি চিঞৰি কয় | Sowarani kuwoliye | জয়ন্ত হাজৰিকা | ভুপেন হাজৰিকা | ভুপেন হাজৰিকা | ||||
| 121 | হ | হে দয়াময়, কৰিছো কাকুতি চৰনে শৰণ দিয়া | He doyamoy kariso kakuti | ||||||
list
Subscribe to:
Comments (Atom)