Pages

Search This Blog

Saturday, August 25, 2012

"নিবিড় বনে যে" কথাংশ

নিবিড় বনে যে মাতিছে যা
যা যা দুৰণিলৈ
হেৰোৱা সুবাসে মাতিছে যা
সোণৰে সঁজাটি এৰি থৈ যা
যা নিলীম আকাশলৈ
সোণালী ৰদেযে মাতিছে যা
জোনৰে জোনাকে মাতিছে যা
যা পখী দুৰণিলৈ
হেৰোৱা সুবাসে মাতিছে যা

শ্যামল শোভাই সানিব ৰং
অৱসাদে কৰে ধুসৰ মন
মৰুত হেৰোৱা জীৱন নদীক
বনৰ জুৰিয়ে দিবহি গতি
জীৱন মায়াৰে প্ৰাণৰ সুৰভি
বনতে বিছাৰি কঠিন শিকলি চিঙিদি যা

দূৰৰপাহাৰে দিবযে পণ
ভীৰুতাৰে কিয় ভাঙিবি মন?
জীৱন মায়াৰে প্ৰাণৰ সুৰভি
মহুৱা বনতে আকাশে বতাহে বিছাৰি যা

নিবিড় বনে যে মাতিছে যা
যা যা দুৰণিলৈ
হেৰোৱা সুবাসে মাতিছে যা

Sunday, August 1, 2010

list of songs sung by Jayanta Hazarika

For a last few weeks I have been trying to compile a list of songs sung by The Legend Jayanta Hazarika, not quite successfully though. I will add the list to this blog, and I need your help to complete the list. If we can do this, this will be the first step towards preserving and popularizing his works.